অসম

অসম বিধান সভাত কেৰেলাৰ ৬ জনীয় বিধায়কৰ দল

গুৱাহাটী:১৫ছেপ্টেম্বৰ:আজি অসম বিধানসভাত কেৰালাৰ ৬ জনীয়া বিধায়কৰ দল এটাই পৰ্যবেক্ষণ কৰে। কেৰালাৰ বিধানসভাত মালায়ালম ভাষাটো বাধ্যতামূলক কৰাৰ উদ্দেশ্যৰে দলটোৱে পৰিদৰ্শন কৰিছে দেশৰ কেইবাখনো ৰাজ্যৰ বিধানসভা। কোনখন ৰাজ্যৰ বিধানসভাত কি ভাষা প্ৰয়োগ হয় সেই বিষয়ে বুজ লৈছে কেৰেলাৰ বিধায়কৰ দলটোৱে। উল্লেখযোগ্য যে কেৰালাৰ বিধানসভাত ব্যৱহাৰ হয় ইংৰাজী ভাষা। ইয়াৰোপৰি অসমলৈ আহি সন্তুষ্টি প্ৰকাশ কৰে কেৰালাৰ বিধায়কৰ দলটোয়ে।

comments

Show More

Related Articles

Close