অসম

চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত অখিল গগৈ

ষ্টাফ ৰিপৰ্টাৰ:১৪ছেপ্টেম্বৰ: ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈক ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ন্যায়লয়ে ।লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ হালৈকো ৪ দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতা অখিল গগৈক ১৪ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে অনুমতি প্ৰদান কৰে ৪ দিনৰ বাবে ।

comments

Show More

Related Articles

Close