অসম

কৃষক নেতা অখিল গগৈক শিঘ্ৰে মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

ষ্টাফ ৰিপৰ্টাৰ:১৪ছেপ্টেম্বৰ:আৰক্ষীৰ জিন্মত থকা কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুক্তিৰ দাবীত আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাবস্ত্য কৰে । মৰিগাঁও, বিলাসীপাৰা, বৰপেটা, হোজাই, কলগাছিয়া, চাবুৱা আৰু শিৱসাগৰতো অখিলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত কৃষক নেতা গৰাকীক বিনাচৰ্তে মুকলি কৰাৰ দাবী জনায়। অন্যথা কঠোৰ আন্দোলনৰ হুংকাৰ সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে । ইফালে কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰৰ ঘটনাক গৰিহণা প্ৰদান কৰিছে এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে ।চৰকাৰৰ এনে ভূমিকাক তীব্ৰ সমালোচনা কৰে আজমললে । উল্লেখযোগ্য যে বুধবাৰে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক।

comments

Show More

Related Articles

Close