গুৱাহাটী

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

গুৱাহাটী :১৪ ছেপ্টেম্বৰ :ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি আজি গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভুল চিকিত্‍সাৰ বাবে শ্যামন্ত হালৈ নামৰ ৰোগীজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোক সকলে চিকিৎসালৈয় খনত এক হোৱাদুৱা পৰিস্থিতিৰ সৃষ্টি কৰে।জানিব পৰা মতে মৃত লোক জন নুনমাটিৰ গোপালনগৰৰ বাসিন্দা ।

comments

Show More

Related Articles

Close