অসম

আজি এন ডি এফ বি(প) ২৯ সংখ্যক শ্বহীদ দিৱস

কোকৰাঝাৰ:১৪ছেপ্টেম্বৰ: আজি ৰাজ্যৰ বিদ্ৰোহী সংগঠন এন ডি এফ বি (প)ৰ ২৯সংখ্যক শ্বহীদ দিৱস। সংগঠনটোৰ একচন কমাণ্ডাৰ বি বাংবুৰগৌড়াৰ মৃত্যুৰ দিনটোত কোকৰাঝাৰৰ ছেৰফাংগুৰিস্থিত ডেজিগনেটেড কেম্পত শ্বহীদগৰাকীক স্মৰণ কৰে এন ডি এফ বি(প)ৰ নেতা-কৰ্মী সকলে ।ইয়াৰোপৰি কোকৰাঝাৰ, বাক্সা আৰু ওডালগুৰিৰ বিভিন্ন ডেজিগনেটেড কেম্পত এন ডি এফ বি (প)ৰ বীৰ সেনানি সকলে শ্বহীদ দিৱস পালন কৰে ।

comments

Show More

Related Articles

Close