ঘোষণা

বিধান সভাত শিক্ষা,স্বাস্থ্য ,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

১:বিটিএডত নিৰ্মাণ হব চাৰি খন দীনদয়াল মহাবিদ্যালয়।বিধায়কে বিচাৰিলে বৃদ্ধি হব কলেজৰ সংখ্যা।

২:পূজাৰ পূৰ্বেই ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব ছেপ্টেম্বৰ মাহৰ দৰমহা।

৩:স্বাস্থ্য বিভাগটো অনুষ্ঠিত হব গুণৎসব ।২০১৮ৰ জানুৱাৰী মাহত অনুষ্ঠিত হব ।

৪:বিএডৰ বাবে চুটি প্ৰদান কৰা হব শিক্ষকক।চুটি ললেও লাভ কৰিব পূৰ্ণ দৰমহা।

৫:দুৰ্গম অঞ্চলৰ শিক্ষয়ত্ৰী সকলক বদলিকৰন কৰা হব।মহিলাৰ স্থানত নিযুক্তি দিয়া হব পুৰুষ শিক্ষক। পুৰুষ শিক্ষকক বদলি কৰা নহয়।

comments

Show More
Close