
ক্ৰীড়াৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়া
দেশৰ বেডমিণ্টনৰ কিংবদন্তি খেলুৱৈ প্ৰকাশ পাডুকনলৈ জীৱনজোৰা সাধনা বটাঁ
নগদ দহ লাখ টকা আৰু প্ৰশস্তি পত্ৰ
ব্যুৰো

গুৱাহাটী, ১২ ছেপ্টেম্বৰ:
ভাৰতীয় বেডমিণ্টনৰ প্ৰবাদ পুৰুষ প্ৰকাশ পাডুকনলৈ তেওঁৰ জীৱনজোৰা অনৱদ্য অৱদানৰ বাবে জীৱনজোৰা সাধনা বটাঁ-২০১৭ আগবঢ়োৱা হৈছে। ভাৰতীয় বেডমিণ্টন ফেডাৰেছনে আগবঢ়োৱা এই বটাঁত আছে নগদ ১০ লাখ টকা আৰু প্ৰশস্তি পত্ৰ।