ক্ৰীড়াৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়া

দেশৰ বেডমিণ্টনৰ কিংবদন্তি খেলুৱৈ প্ৰকাশ পাডুকনলৈ জীৱনজোৰা সাধনা বটাঁ

নগদ দহ লাখ টকা আৰু প্ৰশস্তি পত্ৰ

ব‍্যুৰো

জীয়ৰী দিপীকা পাডুকনৰ সৈতে প্ৰকাশ পাডুকন ফাইল ফটো

গুৱাহাটী, ১২ ছেপ্টেম্বৰ:
ভাৰতীয় বেডমিণ্টনৰ প্ৰবাদ পুৰুষ প্ৰকাশ পাডুকনলৈ তেওঁৰ জীৱনজোৰা অনৱদ্য অৱদানৰ বাবে জীৱনজোৰা সাধনা বটাঁ-২০১৭ আগবঢ়োৱা হৈছে। ভাৰতীয় বেডমিণ্টন ফেডাৰেছনে আগবঢ়োৱা এই বটাঁত আছে নগদ ১০ লাখ টকা আৰু প্ৰশস্তি পত্ৰ।

 

comments

টেগ
Show More

Related Articles

Close