অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীশেহতীয়া

ক্ষেত্ৰীৰ টোপাতলীত পথ দুৰ্ঘটনা‌, এজন নিহত

পথৰপৰা দ' খাৱৈত বাগৰিল ট্ৰাক

ষ্টাফ ৰিপ’ৰ্টাৰ

 

যোৰাবাট, ১২ ছেপ্টেম্বৰ:

ক্ষেত্ৰীৰ টোপাতলীত আজি সংঘটিত হয় এক ভয়াবহ পথ দূৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ খাৱৈত বাগৰিল চিমেন্ট ভৰ্তি এখন ট্ৰাক। দুৰ্ঘটনাত এজন নিহত হয়। ট্ৰাকৰ তলত মৃত অৱস্থাত  উদ্ধাৰ হেণ্ডিমেনজন। ট্ৰাকৰ চালক পলাতক। নিহত লোক জনক লাহৰিঘাটৰ আলী হুছেইন (৩০) বুলি চিনাক্ত কৰা হয় । ট্ৰাক খন যোৰাবাটৰ পৰা লাহৰিঘাট ৰ লৈ চিমেণ্ট লৈ গৈ আছিল । ট্ৰাক নম্বৰ AS05 A 1860 ।

comments

টেগ
Show More

Related Articles

Close