অসমগুৱাহাটীশেহতীয়া

প্ৰণাম বিল গৃহীত অসম বিধানসভাত

মাক দেউতাকক এলাগী কৰিব নোৱাৰিব সন্তানে

গুৱাহাটী:৭ছেপ্টেম্বৰ:এতিয়াৰে পৰা কোনো সন্তানে নিজৰ মাক দেউতাকক এলাগী কৰিব নোৱাৰিব।কিয়নো আজি বিধান সভাত অতিকৈ গুৰুত্বপূৰ্ণ প্ৰণাম বিলৰ লগতে ১৪খন কৈ বিলৰ অনুমোদন জনোৱা হয়। প্ৰণাম বিলৰ উল্লেখনীয় দিশ
১.যি সকল সন্তানে মাক দেউতাকক এলাগী কৰে তেওঁলোকক নাকী লগোৱাৰ চেষ্টা।
২.যদি কোনো চৰকাৰী চাকৰিয়াল সন্তানে মাক দেউতাকক এলাগী কৰে তেনেহলে তেওঁলোকৰ দৰমহা একাউন্টৰ পৰা ১৫ শতাংশ ধন কৰ্তন কৰি পোনপটীয়াকৈ মাক দেউতাকৰ একাউণ্টত ভৰোৱা হব।
৩.যদি এখন ঘৰত খনত শাৰীৰিক ভাৱে অক্ষম লৰা ছোৱালী থাকে আৰু তেওঁৰ ককাই ভনীয়েক শাৰীৰিক ভাবে অক্ষম জনক এলাগী কৰে তেনেহলে তেওঁ লোকৰ দৰমহাৰপৰা১০শতাংশ কৈ ধন কৰ্তন কৰা হব।
৪.এই সমূহৰ বাবে ভুক্তভোগী লোকসকলে কেৱল সন্তান জনে চাকৰি কৰা বিভাগীয় কাৰ্যায়লত অভিযোগ আৰু আবেদন দাখিল কৰিব লাগিব।

comments

টেগ
Show More

Related Articles

Close