গুৱাহাটীব্যৱসায়

এক্সপ্ৰেছ কাৰ ৱাছৰ নতুন শাখা মুকলি

গুৱাহাটী: ১ ছেপ্টেম্বৰ : উচ্চ চাপত গৰম আৰু ঠাণ্ডা পানী, গৰম ভাপ, ফেন আদিৰে মাত্ৰ ২০ মিনিটত এখন গাড়ী সম্পূৰ্ণৰূপে ধুব পৰা অত্যাধুনিক এক্সপ্ৰেছ কাৰ ৱাছৰ দ্বিতীয়টো শাখা আজি মহানগৰীত মুকলি কৰা হয়। দিছপুৰ ইণ্ডিয়ান অইল ফুৱেল ষ্টেশ্বনত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত নতুন শাখাটো মুকলি কৰে ইণ্ডিয়ান অইল কৰ্পৰেশ্বনৰ অসম তেল সংমণ্ডলৰ কাৰ্যবাহী সঞ্চালক দীপক ৰয়ে।

comments

Show More

Related Articles

Close