অসম

মুণ্ডন কৰি মহানগৰীত স্বাধীন নাৰীৰ অভিনৱ প্ৰতিবাদ

গুৱাহাটী:১ছেপ্টেম্বৰ:মহিলা সকলৰ সন্দৰ্য্যৰ প্ৰতীক হল চুলিকোচা। আজি মহানগৰীৰ দীঘলী পুখুৰী পাৰত কেইবাগৰাকী নাৰীয়ে চুলিটাৰী বিসৰ্জন দি প্ৰতিবাদ সাৱস্ত্য কৰে। খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰা ,খিলঞ্জীয়াৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰা,খিলঞ্জীয়াৰ ভূমি সুনিশ্চিত কৰা,১০০শতাংশ থলুৱা নিযুক্তি ৰ লগতে অনা অসমীয়াই চলোৱা আক্ৰমণ বন্ধ কৰাৰ দাবীত স্বাধীন নাৰী শক্তি আৰু অসম খিলঞ্জীয়া মঞ্চৰ নাৰী সকলে ৰাজহুৱা ভাবে চুলি বিসৰ্জন দি তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।

comments

Show More

Related Articles

Close