অসম

নগাওঁ কাণ্ডৰ মূল অভিযুক্ত ৰাজু দাসৰ পৰিয়ালক অঞ্চল ত্যাগ কৰিবলৈ নিৰ্দেশ পানীগাঁও বাসীৰ

নগাওঁ:নগাওঁ কাণ্ডই সমগ্ৰ ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে মূল অভিযুক্ত ৰাজু দাসৰ পৰিয়ালক নগাওঁ ৰ বাসভৱন ত্যাগ কৰিবলৈ অঞ্চল বাসীয়ে পত্ৰ প্ৰেৰণ কৰিছে।পানীগাঁওৰ অঞ্চল বাসী একগোট হৈ ৰাজু দাসৰ পিতৃ শনি দাসক শীঘ্ৰে পানীগাঁওৰ শিৱ নগৰ অঞ্চল ত্যাগ কৰিবলৈ আহ্বান জনায়।

comments

Show More

Related Articles

Close