গুৱাহাটী

মহানগৰীত কাৰ্বি ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

পৃথক ৰাজ্যৰ দাবী

গুৱাহাটী: কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত শাসিত ৰাজ্যৰ ঘোষণাৰ দাবীত আজি মহানগৰীৰ দীঘলীপুখুৰীপাৰত কেইবাটাও ছাত্ৰ সংগঠনে উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে।লগতে কাৰ্বি আংলং আৰু ডিমা হাচাওত দীৰ্ঘদিন ধৰি চলা দুৰ্নীতিৰ তদন্তৰো দাবী কৰে প্ৰতিবাদকাৰীয়ে।

comments

Show More

Related Articles

Close