ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়া

মুখ্য ন্যায়াধীশৰূপে দীপক মিশ্ৰৰ শপত গ্ৰহণ

নিউজ ডেস্ক

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে দীপক মিশ্ৰই।  দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৪৫ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে  হিচাপে তেওঁ আজি কাৰ্যভাৰ গ্ৰহণ কৰে। এক গাম্ভীৰ্য পূৰ্ণ অনুস্তানত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু প্ৰধান মন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত তেওঁক শপত পাঠ কৰায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

comments

Show More

Related Articles

Close