অসম

মন্ত্ৰী ৰাজেন ,পীযূষ ৰ গুণ্ডাবাহিনীলৈ সতৰ্কবাণী অখিল গগৈৰ

গুৱাহাটী:কিছুদিন পূৰ্বে নগাঁও জিলাত প্ৰাক্তন আলফা মাৰধৰ কৰা ঘটনাই ৰাজ্য জুৰি তোলপাৰ সৃষ্টি কৰাৰ সময়তে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে কৃষক নেতা অখিল গগৈয়ে।মহানগৰীৰ দীঘলী পুখুৰী পাৰত অনুষ্ঠিত গণসমাবেশত অংশগ্ৰহণ কৰি তেওঁ ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁই আৰু বিজেপিৰ বিধায়ক পীযূষ হাজৰিকা ক চোকা ভাষাৰে আক্ৰমণ কৰাৰ লগতে মন্ত্ৰী বিধায়কৰ ভেৰনিয়া গুণ্ডাবাহিনীলৈ সাৱধান বাণী প্ৰদান কৰে কৃষক নেতা গৰাকীয়ে

comments

Show More

Related Articles

Close