অসম

আমচাং বনাঞ্চল উচ্ছেদ কাৰ্যক বে আইনী আখ্যা অখিলৰ

গুৱাহাটী:আমআমচাংগুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ভিত্তিত প্ৰশাসনে আমচাং বনাঞ্চলত চলোৱা উচ্ছেদ কাৰ্যক বে আইনী আখ্যা দিছে কৃষক নেতা অখিল গগৈয়ে। মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত অনুষ্ঠিত গণ সমাবেশত অংশ গ্ৰহণ কৰি তেওঁ কয় যে আমচং বনাঞ্চলত চৰকাৰে বে আইনী ভাবে উচ্ছেদ চলাইছে। উচ্ছেদ কাৰ্যক বিৰোধিতা কৰি তেওঁ কয় যে উচ্ছেদ হলেও আমি পুনৰ সেই ঠাই দখল কৰিম।

comments

Show More

Related Articles

Close