ৰাজনীতি

তৰুণ গগৈক কটাক্ষ বিজয়া চক্ৰৱৰ্তীৰ

গোগলেও বিচাৰি নাপাই ৰাণী নৰহক: বিধায়ক ক মন্ত্ৰীত্বৰ লালখা এৰি কাম কৰিবলৈ আহ্বান

গুৱাহাটী:তৰুণ গগৈয়ে মোক নকল কৰিছে।তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোতে মই কৈছিলো মোক ছমাহ দায়িত্ব দিয়াৰ কথা।এই মন্তব্য সাংসদ বিজয়া চক্ৰৱৰ্তীৰ ।মহানগৰীৰ এক বিশেষ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে ।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সুৰধাৰ সমালোচনা কৰি কয় যে গগৈয়ে ১৫ বছৰ কি কৰিলে সেয়া বিচাৰ কৰক।ইফালে ৰাণী নৰহ ,সঞ্জয় সিং ক কটাক্ষ কৰি বিজয়া চক্ৰৱৰ্তী য়ে কয় যে,গুগলে ও বিচাৰি ওলাব নোৱাৰে দুইটাক।সাংসদ হোৱাৰে পিছত আত্মগোপন দুয়োৰে ।ইয়াৰো পৰি শাসকীয় দলৰ বিধায়ককো মন্ত্ৰীত্বৰ লালখা এৰি কামত মনোনিবেশ কৰিবলৈ আহ্বান।কাম ভাল হলে মুখ্যমন্ত্ৰীয়ে নিজে মন্ত্ৰীত্ব দিব বুলি উল্লেখ কৰে চক্ৰৱৰ্তী য়ে

comments

Show More

Related Articles

Close