শেহতীয়া

ঘড়ীৰ টিক টিক শব্দত কম্পিত গুৱাহাটী ৰেলৱে ষ্টেচন

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল মহানগৰবাসী::: ১০ কিলোগ্ৰাম ওজনৰ IED উদ্ধাৰ

গুৱাহাটী:ঘড়ীৰ কটাৰ টিক টিক শব্দৰে কম্পিত গুৱাহাটী ৰেলৱে ষ্টেচন।আজি পোৱাৰ ভাগত  মহানগৰীৰ পল্টনবজাৰ স্থিত ৰেলৱে ষ্টেচনত  উদ্ধাৰ হয় ১০ কিলোগ্ৰাম ওজনৰ এটা শক্তিশালী আই ই ডি ।উল্লেখ্য যে আজি ৰাতিপুৱাৰ ভাগত ষ্টেচনৰ দ্বিতীয়টো পাৰ্কিং স্থানত এখন ঠেলা ত এটা ৰঙা বেগত কিছু আপত্তি জনক সামগ্ৰী লক্ষ্য কৰা যায়।পোৱাৰ ভাগতে ঠেলা খনত ঘড়ীৰ কটাৰ টিক টিক শব্দ শুনি যাত্ৰী সকলৰ মাজত এক হোৱা হুলস্থুলিয়া পৰিবেশ ৰ সৃষ্টি হয়।ৰেল আৰক্ষীৰ তৎপৰতাত সম্প্ৰতি বোমাটো উদ্ধাৰ কৰে। সম্প্ৰতি জানিব পৰা মতে , ৰাণীৰ লালমাটিত বোমাটো বিস্ফোৰণ ঘটাব।

comments

Show More

Related Articles

Close