অসম

যোৰহাটত পানী যোগান কৰ্মচাৰীৰ অনিৰ্দিষ্ট কালিন ধৰ্মঘট

অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব বৃহত্তৰ তিতাবৰ পানীযোগান আঁচনি

বিশেষ সংবাদাতা:যোৰহাট:৭আগষ্ট:
আজিৰে পৰা খোৱাপানীৰ অভাৱত ভুগিব যোৰহাটৰ তিতাবৰবাসী। অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব বৃহত্তৰ তিতাবৰ পানীযোগান আঁচনি। পানীযোগান আঁচনিখনৰ মুঠ ১৪জন কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু ৪ মাহে দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীসকলৰ প্ৰাপ্য আদায়ৰ দাবীত অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি ঘোষণা কৰ্মচাৰীৰ।

comments

Show More

Related Articles

Close