ৰাজনীতিৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ত্ৰিপুৰাত বিজেপিৰ উত্থান

বিজেপিত যোগদান কৰিব ত্ৰিপুৰাৰ ৬ তৃণমূল কংগ্ৰেছৰ বিধায়কে

ষ্টাফ ৰিপৰ্টাৰ:গুৱাহাটী:৭আগষ্ট: আজি বিজেপিত যোগদান কৰিব ত্ৰিপুৰাৰ ৬ তৃণমূল কংগ্ৰেছৰ বিধায়কে। আগৰতলাত অনুষ্ঠিত হ’ব লগা বিশেষ অনুষ্ঠানত বিজেপিত যোগ দিব সুদীপ ৰয় বৰ্মন, আশীস কুমাৰ সাহা, ডি চি ৰাংখাৱাল, প্ৰাণজিত সিংহ ৰয়, বিশ্ববন্ধু সেন আৰু সুশান্ত চৌধুৰীয়ে। অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু হিমন্ত বিশ্ব শৰ্মা।

comments

টেগ
Show More

Related Articles

Close