গুৱাহাটী

লখৰাত ভয়ংকৰ পথ দুৰ্ঘটনা:নিহত ১

দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে বাইক আৰোহীক

লখৰাৰ লালুংগাঁৱত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে এজন বাইক আৰোহীক। থিতাতে নিহত জুমুৰ দেৱান নামৰ এজন বাইক আৰোহী। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মাইনুল হক নামৰ এজন লোক। আহত মাইনুলক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

———————————————————-

comments

Show More

Related Articles

Close