অসম

হাটবৰত ৰাজপথৰ সমীপতে পতাকা উত্তোলন

বানপানীক কবলত হাটবৰৰ হস্ততাঁত প্ৰশিক্ষণ প্ৰতিস্থান

১৫ আগষ্ট,২০১৭: ৰাজ্যখনৰ দ্বিতীয়টো প্ৰলয়ঙ্কৰী বানে ২১ খন জিলাৰ বিভিন্ন অঞ্চল প্লাবিত কৰি ৰখাৰ সময়তো বিভিন্ন ঠাইৰ পৰা স্বাধীনতা দিৱস উদযাপন কৰাৰ বাতৰি আহি আছে। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলৰ লগতে নগাওঁ জিলাতো বান পৰিস্থিতি এতিয়াও শাম কটা নাই। বহুসংখ্যক গাওঁৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদি এতিয়াও জলমগ্ন হৈ আছে। নগাওঁ জিলাৰ হাটবৰৰ হস্ততাঁত প্ৰশিক্ষণ প্ৰতিস্থানৰ ভিতৰছোৱা বানপানীয়ে বুৰাই ৰখাৰ ফলত ৰাজপথৰ সমীপতে কৰিলে পতাকা উত্তোলন।

comments

Show More

Related Articles

Close