অসম

একাঠু পানীৰ মাজত উৰিল জাতীয় পতাকা

গুৱাহাটী:সমগ্ৰ দেশ জুৰি ৭১ সংখ্যক স্বাধীনতা দিৱসৰ আনন্দ উল্লাহ অব্যাহত থকাৰ সময়তে আজি দক্ষিণ কামৰূপৰ আচলপাৰত একাঠু পানীৰ মাজতে জাতীয় পতাকা উত্তোলন কৰে। এ কে আজাদ হাইস্কুলৰ খেল পথাৰত বিদ্যালয়ৰ কৰ্তৃপক্ষই আনুষ্ঠানিক ভাবে পতাকা উত্তোলন কৰে।

comments

Show More

Related Articles

Close