অসম

মন্ত্ৰী হিমন্ত ৰ ভাতৃ প্ৰশান্ত বিশ্ব শৰ্মাৰ মৃত্যু

ষ্টাফ ৰিপৰ্টাৰঃ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰাতৃ প্ৰশান্ত বিশ্ব শৰ্মাৰ আজি ছত্তীশগড়ৰ ভিলাইত ৪৬ বছৰ বয়সত মৃত্যু ঘটে। SAILৰ অভিযন্তা ৰূপে কৰ্মৰত আছিল প্ৰশান্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে নিশা অসুস্থ হৈ পৰা শৰ্মাক ততাতিয়াকৈ ভৰ্তি কৰোৱা হৈছিল ভিলাই এপ’ল’ হাস্পতালত। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি নিশা মৃত্যুক আকোৱালি লয় শৰ্মাই।

comments

Show More

Related Articles

Close