Uncategorisedৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ভেংকায়া নাইডুৰ শপত পাঠ

নিউজ ডেক্সঃ ভেংকায়া নাইডু দেশৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি হিচাবে আজি ৰাষ্ট্ৰপতিভৱনত শপতগ্ৰহণ কৰে |ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় নাইডুক। আজি সংসদ ভৱনত ৰাজ্যসভাৰ অধ্যক্ষ ৰূপেও দায়িত্ব গ্ৰহণ কৰিব নাইডুৱে।

comments

Show More

Related Articles

Close