অসম

স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ বিদ্ৰোহী সংগঠনৰ

ষ্টাফ ৰিপৰ্টাৰঃ১০আগষ্টঃস্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী বৰ্জনৰ আহ্বান ৭ বিদ্ৰোহী সংগঠনৰ। বৰ্জনৰ আহ্বান জনাইছে NDFB(S), PDCK, KLO, KCP, HNLC, NLFT আৰু KYKL-এ । ১৫ আগষ্টৰ দিনা বন্ধৰ আহ্বান সংগঠনকেইটাৰ। পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ আহ্বান আটাইকেইটা সংগঠনৰ।

comments

Show More

Related Articles

Close