বিনোদন

১৮ আগষ্টত মেলষ্ট্ৰম প্ৰতিযোগিতা

বিজয়ী প্ৰাৰ্থী সকলে পোন পটীয়াকৈ অংশগ্হন কৰিব পাৰিব মিঃ ৰু বা ৰু ২০১৮

১০আগষ্টঃগুৱাহাটীঃদ্য ক্ৰেয়েটিভ পিপলৰ উদ্যোগত ১৮ আগষ্টৰ পৰা অনুষ্ঠিত হব লগা দশম বাৰ্ষিক মেলষ্ট্ৰম প্ৰতিযোগিতা খনিৰ পুৰ্বে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেল অনুষ্ঠিত হৈ যায়| এ এ দি আইৰ সঞ্চালক প্ৰধান প্ৰশান্ত ঘোষৰ পৌৰহিত্বত অনুষ্ঠিত হোৱা সংবাদ মেল খনিত ৰশ্নী হুছেইন (মিছ ইউনাইটেড নেশ্বন বিজয়ী),সঞ্জয় চৌধুৰী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে|উল্লেখ্য যে ১৮আগষ্টৰ মেল ষ্ট্ৰম প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী প্ৰতিযোগীয়ে ৰু বা ৰু মিষ্টাৰ ইণ্ডিয়া ২০১৮ প্ৰতিযোগিতাত পোনপটীয়াভাৱে অংশগ্ৰহণ কৰিব পাৰিব বুলি ঘোষণা কৰে আয়োজক সমিতিয়ে|

comments

Show More
Close