অসম

গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

জাহ গল লক্ষ্যাধীক সা সমগ্ৰী

গোলাঘাটঃ১০আগষ্টঃগোলাঘাটত পুৱা সংঘটিত অগ্নিকাণ্ডত জাহ গ’ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডত ভস্মীভূত ৰাজ লণ্ড্ৰী নামৰ দোকাখনৰ লক্ষাধিক টকাৰ সম্পত্তি। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

comments

Show More

Related Articles

Close