অসম

ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ মৃত্যু

গুৱাহাটীঃ১০ আগষ্টঃ বিদ্যুত্‍স্পৃষ্ট হৈ পুনৰ কৰুণ মৃত্যুক সাবটিলে এটা বনৰীয়া হাতীয়ে। পথত ওলমি থকা বিদ্যুতৰ লাগি মৃত্যু খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই অহা হাতীৰ হাটোৰ। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ বিথুং ৰেংথামা গাৰ গাঁৱত সংঘটিত এই ঘটনা। শক্তি বিভাগৰ গাফিলতিত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

comments

Show More

Related Articles

Close