Uncategorised

জ্যোতি বিকাশ চাংমাই এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি নিৰ্বাচিত

গুৱাহাটীঃ১০ আগষ্টঃNSUIৰ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হ’ল জ্যোতি বিকাশ চাংমাই। সভাপতিৰ লগতে নিৰ্বাচিত হ’ল ৪জন উপ-সভাপতি আৰু ৪জন সাধাৰণ সম্পাদক। সাধাৰণ সম্পাদককেইজন ক্ৰমে মিথু আহমেদ, আনোৱাৰ হুছেইন, অভিষেক গগৈ আৰু দীপক দেউৰী।

comments

Show More
Close