Uncategorised

ৰকিবুল হুচেইনৰ পদত্যাগ

নগাওঃ১০ আগষ্টঃনগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ পদ ত্যাগ কৰিলে ৰকিবুল হুছেইনে। কাৰ্যবাহী সভাত পদত্যাগ কৰাৰ কথা ঘোষণা কৰি সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে নগাঁও ক্ৰীড়া সন্থাৰে উপ-সভাপতি আলোক গোস্বামীক। সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকাৰ কামত অসন্তুষ্ট হৈ পদত্যাগ কৰিলে ৰকিবুল হুছেইনে।

comments

Show More
Close