ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

চীনত বৰ ভূমিকম্প

নিহত ৯ জন

নিউজ ডেক্সঃ৮আগষ্টঃ প্ৰবল ভূমিকম্পই জোকাৰি গ’ল চীনক। ভয়ংকৰ ভূমিকম্পত ৯জন লোক নিহত হোৱাৰ লগতে আহত হৈছে দুশৰো অধিক। ধ্বংসস্তুপৰ মাজত আৰু মৃতদেহ থকাৰ আশংকা কৰিছে উদ্ধাৰকাৰী দলে। ভূমিকম্পৰ ফলত দক্ষিণ পশ্চিম চীনৰ ছিশ্বুৱান অঞ্চলত বিস্তৰ ক্ষতি। (আলোকচিত্ৰ উত্স- China Daily / Reuters)

comments

Show More

Related Articles

Close