ৰাজনীতিশেহতীয়া

কমলা শইকীয়াৰ ন্যায় বিচাৰি আদালতত আবেদন

গুৱাহাটী উচ্চ ন্যায়ালয়ত শইকীয়াৰ পু্ত্ৰৰ আবেদন। ৰাজ্য চৰকাৰৰ পৰা ৪ সপ্তাহৰ ভিতৰত ষ্টেটাচ ৰিপ’ৰ্ট দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। ২৭ বছৰে তদন্ত নোহোৱাৰ কাৰণ বিচাৰিলে আদালতে। ১৯৯১ৰ পৰা সন্ধানহীন হৈ আছে সাংবাদিকগৰাকী। এই সন্দৰ্ভত শিৱসাগৰ থানাত ৰুজু হৈ আছে গোচৰ।

comments

Show More

Related Articles

Close