অসমগুৱাহাটীশেহতীয়া

গুৱাহাটীলৈ অনা হ’ল অলিভিয়া দত্তক

দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হ’ল অলিভিয়াক। দুদিনৰ ট্ৰেনজিট ৰিমাণ্ডত অলিভিয়া দত্ত। উত্তৰাখণ্ডত গ্ৰেপ্তাৰ কৰিছিল অলিভিয়াক । দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।প্ৰৱঞ্চনাৰে লুটিছিল ৩ কোটি ৫০ লাখ টকা ।IndusInd বেংকৰ উপ-প্ৰবন্ধক অলিভিয়া দত্ত । কাইলৈ হাজিৰ কৰাব CJM আদালতত।

comments

Show More

Related Articles

Close