অসমৰাজনীতি

লাফিকুল ইছলামৰ ভাতৃ লৈ চৰকাৰী চাকৰি হাগ্ৰামাৰ

নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালীন সাহাৰ্য

গুৱাহাটী:৮ আগষ্ট: লাফিকুল ইছলামৰ ভ্ৰাতৃ মহিদুল ইছলামলৈ চৰকাৰী চাকৰি বিটিচি প্ৰশাসনৰ। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰে নিয়োগপত্ৰ। লাফিকুলৰ পৰিয়াললৈ ২ লাখ টকাৰ চেক প্ৰদান। আহত শুভংকৰ চক্ৰৱৰ্তীলৈও ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে বিটিচি প্ৰশাসনে।

comments

Show More

Related Articles

Close