চিনেমাবিনোদন

মিচন চাইনা-জুবিনৰ নতুন অসমীয়া কথাছৱি

ছৱিঘৰলৈ আহিব ৮ ছেপ্তেম্বৰত

জুবিন গাৰ্গৰ পৰিকল্পনা, পৰিচালনা আৰু গৰিমা শইকীয়া গাৰ্গ তথা জুবিন গাৰ্গৰ প্ৰযোজনাৰে আই-ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া কথাছৱি-মিচন চাইনাৰ কাম প্ৰায় সম্পূৰ্ণ । ছৱিঘৰলৈ আহিব ৮ ছেপ্তেম্বৰ ২০১৭ ত ।

comments

Show More
Close