ক্ৰীড়াগুৱাহাটীফুটবল

গুৱাহাটীত প্ৰদৰ্শিত হব বিশ্বকাপ ফুটবলৰ ট্ৰফী

গুৱাহাটী:ভাৰতত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব লগা ফিফা ১৭ বছৰ অনুৰ্ধ্ব বিশ্বকাপ ফুটবলৰ ট্ৰফীটো গুৱাহাটীত প্ৰদৰ্শন কৰা হ’ব। অহা ২৪ আগষ্টৰ পৰা ২৯ আগষ্টলৈ গুৱাহাটীৰ ভিন্ন স্থানত ক্ৰীড়ানুৰাগীৰ বাবে প্ৰদৰ্শন কৰা হ’ব‍।

comments

Show More

Related Articles

Close