অসমশিক্ষা

জাগীৰোডৰ প্ৰিয়ংকা দত্তৰ সাফল্য

৮ আগষ্ট, জাগীৰোড:সদ্য ঘোষিত কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত জাগীৰোডৰ প্ৰিয়ংকা দত্তই ভূগোল বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ মেধাৱী ছাত্ৰী গৰাকী জাগীৰোড নিৱাসী যোগেন দত্ত আৰু ৰাণু দত্তৰ দ্বিতীয় কন্যা ৷

comments

Show More

Related Articles

Close