অসমৰাজনীতি

লাফিকুল ইছলামৰ পৰিয়ালৰ বুজ ললে তৰুণ গগৈয়ে

লগত ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ আৰু ৰেকিবুদ্দিন আহমেদ

লাফিকুল ইছলামৰ পৰিয়ালৰ বুজ লবলৈ কোকৰাঝাৰৰ ছালাকাটিত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গগৈৰ সৈতে ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈও সংগ দিয়ে। উপস্থিত ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। ১ আগষ্টত কোকৰাঝাৰৰ মাজমজিয়াত ABMSUৰ সভাপতি লাফিকুল ইছলাম আহমেদক নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই।

comments

Show More

Related Articles

Close